Tumar Sobi
Similar songs
DAANOB
Nesel,Indranil03:20
High Demand
Wild Shooter03:06
XOPUN
AAH MIR03:03
Lockdown
Christo-Zy,Big Panda02:33
Huna Na
D VIBE$03:16
SLIME
Monjit 9902:31
Fagwla Jabai
Ansu Sina Swargiary,Nitamoni Boro05:04
The Exam Song
Zin03:03
Bouncy
DETROIT DYG02:47
Lorali
Babumoni Nath,Khati 90s02:08
Similar Songs
DAANOB
Nesel,Indranil
High Demand
Wild Shooter
XOPUN
AAH MIR
Lockdown
Christo-Zy,Big Panda
Huna Na
D VIBE$
SLIME
Monjit 99
Fagwla Jabai
Ansu Sina Swargiary,Nitamoni Boro
The Exam Song
Zin
Bouncy
DETROIT DYG
Lorali
Babumoni Nath,Khati 90s
About song
Album: Tumar Sobi
Genre :Hip Hop
2 Plays
Music: Traizo, Eskimos
Tune: Rich Key Beats, Starbxy
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
Triazo on a beat...
Unh Eskimos…
এই আকাশত চালে তোমাৰ ছবি আহে মনত
(আহে মনত)…….
এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত)
ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি)
কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক
(কোৱা তুমি মোক)
স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে)
চিৰদিনৰ বাবে (বাবে), তুমি থাকিবা সদাই হৃদয়তে
তোমাৰ অবিহনে খালি লাগে (খালি লাগে)
পাৰ কৰোঁ সময়বোৰ মোক নিজক দি Now
সছাকে কবলৈ গলে মোৰ মন যায় গাবলে
শুনাব নোৱাৰো তুমি নাই এতিয়া কাষতে
লিখিছোঁ গান মই আৰু মই লিখিছোঁ জীৱনী (জীৱনী)
এদিন সকলোৰে বাবে মই হৈ যাম কাহিনী (হৈ যাম কাহিনী)
মোৰ আছে কিছু limits, but মই cross কৰিম তোমাৰ বাবে (তোমাৰ বাবে)
মই নেজানো কি হব আছে, but মই face কৰিম একেৰাহে (একেৰাহে)
এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত)
ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি)
কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক
(কোৱা তুমি মোক)
স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে)
তুমিয়েই আছিল সুখ মোৰ
তুমি থাকিলে মই feel কৰোঁ মোক (মোক)
সাজিছিলো এখন ঘৰ আমাৰ নিজৰ (নিজৰ)
ভাঙিলে ভগৱানে নিলে টানি তোমাক কিয় (তোমাক কিয়)
বুজাব পৰা নাই মোক মই দুখত you know
হেৰাব কাকুয়ে নাই মোৰ এতিয়া life ত
Option নাই মই হবলে লাগিব যে strong (লাগিব যে strong)
দৰকাৰ পৰিলে সকলোৰে লগত fight লম (fight লম)
Still মোৰ depression and anxiety
ৰাতি হলে মোৰ brain যাই ফাটি (why)
Then মই লব লাগে medicine daily (daily)
Issue ডাঙৰ and মই কেনেক লম easy (easy)
এই আকাশত চালে তোমাৰ ছবি আহে মনত (আহে মনত)
ভবা নাই কেতিয়াও এনেকুৱা হব বুলি (বুলি)
কোন সৰগৰ পৰা আহিছিলা যে কোৱা তুমি মোক
(কোৱা তুমি মোক)
স্মৃতি দি গলা যিবোৰ ৰাখিম সাজি চিৰদিনৰ বাৱে (বাবে)
চিৰদিনৰ বাৱে (চিৰদিনৰ বাৱে)…….